frogfrolic

frog spit (English) [ IPA: ˈfrɔg ˈspɪt ASM: ফ্ৰগ স্পিট]
Contributed by: Bikram M Baruah on 2010-05-14
1. (Material Noun-Neuter) secretion found upon plants exuded by the larva of certain tree-insects. ৰোগ বা কেৰোণে খোৱাৰ বাবে কোনো কোনো গছৰপৰা ওলোৱা থুইৰ নিচিনা বগা ফেন৷ ইয়াৰ আচল কাৰণ নেজানি মানুহে তাক যখিনীৰ থুই বুলি ভাবে; ই মানুহৰ গাত লাগিলে খজুৱায় আৰু চকলা-চকল বান্ধে৷